যিকোনো সহায়ৰ বাবে Mail কৰিব পাৰে
[email protected]

*-*-*-*-*-*-*-*-*

🙏 নমস্কাৰ 🙏

👉বন্ধু -বান্ধৱী তথা সমূহ অসমবাসী ৰাইজ৷👈

👉👉 এই শিক্ষামূলক ইউটিউব চেনেল -
''Education For Assam (অসম) লৈ আপোনালোকক প্ৰথমতে স্বাগতম জনাইছো ।🙏

এই চেনেলটোত আপোনালোকে অসমীয়া ভাষাত অসমৰ তথা ভাৰতবৰ্ষৰ সকলো ধৰণৰ চৰকাৰী তথা বেচৰকাৰী চাকৰিৰ খবৰ পাব । তাতোকৈ ডাঙৰ কথা এই চাকৰীৰ বাবে কি কি পঢ়িব লাগিব তাৰে ওপৰত সদায় Video Class পাই থকিব ।।

ইয়াত কি কি বিষয় পাব -
১) Quantitative Aptitute (গণিত)
২) Reasoning Ability (সামান্য বুদ্ধিমত্তা)
৩) General Knowledge (সাধাৰণ জ্ঞান)
৪) Computer Knowledge (কম্পিউটাৰ জ্ঞান)
৫) General Studies (Science, Geography, Polity, Economics, History)

ইয়াত কি কি Exam ৰ সম্পূৰ্ণ Syllabus (Video Playlis) পাব -
Assam Police, Railway, DHS, TET,
APSC, SSC, DC Office JA, High Court, Railway

আহক আমি অসমবাসী ছাত্ৰ-ছাত্ৰী সকলে একেলগে আগবাঢ়ো ।
ভাৰতবৰ্ষৰ সকলো Competitive Exam ৰ বাবে আমিও সাজু হওঁ ।

Education for Assam

👉 ধন্যবাদ 👈